COLLEGE SONG


মহাবিদ্যালয় সংগীত
জ্বলালো নতুন চাকি চেতনাত আজি
পোহৰৰ উদ্বোধন
আমি আহি আছোঁ নতুন দিনৰ জ্যোতি
কৰিবলৈ উন্মোচন //
পথাৰতো আছে বাগিচাতো নাচে
সেউজীয়া হৈ
দৃষ্টিত জনগণ
সাধনা নিষ্ঠা ত্যাগৰ মন্ত্র
জ্ঞানৰ আমন্ত্রণ //
অভিযাত্রী নতুনৰ এইয়া
অভিযান হেঁপাহৰ
মানুহৰ হৈ পৃথিৱীকে অমি
গঢ়ি দিম সপোনৰ
আমি আহি আছোঁ পম খেদি খেদি
সময়ৰ আৱাহন //
ৰচনা : ড.জ্যোতিমালা গোহঁই

FREE ADMISSION STUDENT LIST

HS 1ST YEAR LIST OF FREE ADMISSION 2016                     

BA 1ST YEAR LIST OF FREE ADMISSION 2016

P.O. Tingkhong Dist - DibrugarhPin - 786612
Ph No - 0374 - 279706
Webmail : principal@tingkhongcollege.edu.in
www.tingkhongcollege.edu.in

Contact Us