Principal's Desk

গুণগত শিক্ষাৰে ছাত্র-ছাত্রীসকলৰ সৰ্বতোপ্ৰকাৰৰ ব্যক্তিত্ব
বিকাশৰ লক্ষ্যেৰে টিংখাং মহাবিদ্যালয়খনিক এখনি আগশাৰীৰ
মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে ।
এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়ি অহা সকলো
ছাত্র-ছাত্রী আৰু লগতে অভিভাৱকসকলক আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলো ।
টিংখাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ

ড.জ্যোতিমালা গোঁহাই অধ্যক্ষ

Mobirise

FREE ADMISSION STUDENT LIST

HS 1ST YEAR LIST OF FREE ADMISSION 2016                     

BA 1ST YEAR LIST OF FREE ADMISSION 2016

P.O. Tingkhong Dist - DibrugarhPin - 786612
Ph No - 0374 - 279706
Webmail : principal@tingkhongcollege.edu.in
www.tingkhongcollege.edu.in

Contact Us